দীঘলীপুখুৰীত উদ্ধাৰ হোৱা মৃতদেহ চিনাক্ত, কোন পঢ়ক

A

নিউজ ডেস্ক:

গুৱাহাটীৰ দীঘলীপুখুৰীত উদ্ধাৰ হোৱা মৃতদেহ চিনাক্ত।মৃতদেহটো বিনোদ সাহানিৰ বুলি নিশ্চিত কৰিছে পানবজাৰ আৰক্ষীয়ে।কিছুদিনৰ পৰা ব্যক্তিগৰাকী মানসিক ভাৱে অশান্তিত থকা বুলি প্ৰকাশ আৰক্ষীৰ।উল্লেখ্য যে  আজি পুৱা দীঘলীপুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহটো।মৃতদেহটো উৱঁলি যোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে।

Your Comments