১৯৮৪ চনত ভাৰত চৰকাৰে ১২ জানুৱাৰী দিনটোক ৰাষ্ট্ৰীয় যুৱ দিৱস(National Youth Day) হিচাপে ঘোষণা কৰিছিল আৰু ১৯৮৫ চনৰপৰাই প্রতি বছৰে ভাৰতবৰ্ষত এই অনুষ্ঠানটি পালন কৰি অহা হৈছে।
উল্লেখ যোগ্য যে, স্বামী বিবেকানন্দৰ ১৮৬৩চনৰ ১২ জানুৱাৰী দিনটোতে জন্ম হৈছিল।সেয়ে এই দিনটোক ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু সেই উপলক্ষে ভাৰতবৰ্ষত প্রতিবছৰে ১২ জানুৱাৰীত ৰাষ্ট্ৰীয় যুৱ দিৱস পালিত হয়।
- Read more about আজিৰ দিনটোৰ বিষয়ে জানো আহক...
- Log in to post comments
- 9 views