হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মিত ছবি 'গৰু'য়ে শুভমুক্তি পাব অহা ২৩ জানুৱাৰীত।ছাহজাহানৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনৰ শুভমুক্তি হ'ব একেলগে ৩২৫ টা স্থানত।ছবিগৃহৰ বিপৰীতে 'গৰু' মুক্তি পাব প্ৰেক্ষাগৃহ-নাট্যমন্দিৰত। "ৰাইজৰ দ্বাৰা ছবিখন মুক্তি দিয়াৰ বাবে ছবিগৃহৰ বিপৰীতে ৩২৫টা স্থানত বহুলকৈ প্ৰচাৰ কৰা প্ৰয়াস কৰা হৈছে"-পৰিচালক হিমাংশু প্ৰসাদ দাসে কয়। উল্লেখ যে ২২ জানুৱাৰীত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত প্ৰথম দৰ্শনী মুকলি হ'ব লগা ছবিখনত অভিনয় কৰিছে বাহৰুল ইছলাম,পাকিজা বেগম, সিদ্ধাৰ্থ মুখাৰ্জী,কমল লোচন, চন্দন দাস,লনিশ্ৰী আদিয়ে। শুভমুক্তি দিনাৰ প্ৰদৰ্শনীৰ বাবে ১২৫ টা স্থান ইতিমধ্যে চূড়ান্ত হ
- Read more about ২৩ জানুৱাৰীত ৩২৫ টা স্থানত ৰাইজৰ দ্বাৰা শুভমুক্তি লাভ কৰিব 'গৰু'য়ে
- Log in to post comments
- 15 views