অৰ্থনীতি

বিগত ১৮টা বছৰৰ সফলতাক শক্তি হিচাপে লৈ এইবাৰো লিঅ' এডভাৰটাইজিঙৰ বৃহৎ আয়োজন ১৯সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ' এক্সপ। পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত অহা ২৫ অক্টোবৰৰ পৰা  ১৮ নৱেম্বৰলৈকে ২৫ দিনীয়াকৈ অনুষ্ঠিত হ'ব মেলাখন।গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ'ব লগা এইবাৰৰ লিঅ' এক্সপত সমাৱেশ ঘটিব বহুকেইখন বিদেশী ৰাষ্ট্ৰৰ বাণিজ্য।তাৰ ভিতৰত অন্যতম থাইলেণ্ড, দক্ষিণ আফ্ৰিকা, বাংলাদেশ, আফগানিস্তান, শ্ৰীলংকা, ভিয়েটনাম,ঘানা আদি।ইয়াৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকলে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰে পোহাৰ মেলিব লগা আন্ত:ৰাষ্ট্ৰীয় মেলাখনত থাকিব পৰম্পৰাগত বয়ন শিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন জনগোষ্ঠীয়  সাজ-