তামিলনাডু আৰু পুডুচেৰীৰ উপকূলত খুন্দিয়ালে ঘূৰ্ণি ধুমুহা 'নিভৰ'-এ:চেন্নাইত প্ৰৱল বৃষ্টিপাত

Nivar

মাজৰাতি তামিলনাডু আৰু পুডুচেৰীৰ  উপকূলত খুন্দিয়ালে ঘূৰ্ণি ধুমুহা 'নিভাৰ'-এ।ইয়াৰ বাবে চেন্নাইকে ধৰি বহু এলেকাত মুষলধাৰ বৃষ্টিপাত হৈছে।চেন্নাইত কৃত্ৰিম বানৰ সৃষ্টি হৈছে।বৰ্তমান ধুমুহাটোৰ শক্তি যথেষ্ট হ্ৰাস পাইছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে।উল্লেখ যে নিভাৰৰ ক্ষতিৰ  আশংকাত তামিলনাডুুুৰ ১.৩৮ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছিল।

Your Comments