তিনিচুকীয়া,ধেমাজি,ডিব্ৰুগড়,চৰাইদেওত সোমবাৰে নতুনকৈ ২২জন ক'ৰ'না আক্রান্ত

Corona

উজনি অসমৰ চাৰিখন জিলাত পুনৰ ২২জন লোকৰ দেহত নতুনকৈ ধৰা পৰিছে ক'ৰ'না ভাইৰাছ।ডিব্ৰুগড়ত ১৪জন,ধেমাজিত ৪জন, তিনিচুকীয়াত ৩জন আৰু চৰাইদেওত ১জন লোক নতুনকৈ আক্রান্ত হৈছে ক'ৰ'নাত।এই কথা সদৰি কৰিলে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যত ক'ৰ'না আক্রান্তৰ সংখ্যা ১৩৬১জনলৈ বৃদ্ধি পালে।সুস্থ হৈছে বৰ্তমানলৈ ১৮৫ জন লোক।

Your Comments