ৰঙাপৰাত বিজেপি প্ৰাৰ্থী ৰাজেন বৰঠাকুৰৰ বৃহৎ অগ্ৰগতি

ৰঙাপৰা সমষ্টিত বিজেপিৰ ৰাজেন বৰঠাকুৰে বৃহৎ অগ্ৰগতি লাভ কৰিছে।২৭,৮৫৪ টা ভোটত বৰ্তমানলৈ ৰাজেন বৰঠাকুৰে অগ্ৰগতি লাভ  কৰিছে।

Your Comments