'এইমছ'ত ভৰ্তি প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্যৰ উন্নতি

jetly

নিউজ ডেস্ক:

'এইমছ'ত ভৰ্তি প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্য কিছু ভালৰ ফালে আহিছে। দেওবাৰে জেটলীৰ হাওঁফাওঁৰ পৰা পানী উলিওৱা হয় আৰু তাৰ পিছত তেওঁক ঔষধ দিয়া হয়। তাৰ পিছৰে পৰা তেওঁৰ স্বাস্থ্যৰ কিছু উন্নতি হৈছে। দ্ৰুত হৃদস্পন্দন আৰু অস্থিৰতাৰ বাবে ৯ আগষ্টত জ্যেষ্ঠ বিজেপি নেতা অৰুণ জেটলীক এইমছত ভৰ্তি কৰোৱা হৈছিল।

Your Comments