বান পৰিস্থিতিৰ বুজ ল'বলৈ কিছুদিন ৱাইনাডত থাকিব ৰাহুল গান্ধী

rahul

নিউজ ডেস্ক:

কেৰেলাৰ নিজৰ লোকসভা সমষ্টি ৱাইনাডৰ গুৰুতৰ ভূমিস্খলন আৰু বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ দেওবাৰে সমষ্টিটোত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী। আশ্ৰয় শিবিৰত থকা একাংশ লোকৰ সৈতে কথা পাতি ক্ষয়-ক্ষতিৰ বুজ লয় গান্ধীয়ে। ৰাহুল গান্ধীয়ে সমষ্টিটোত কিছুদিন থাকি বান পৰিস্থিতিৰ বুজ ল'ব।

Your Comments