"বিশ্বত ক'ৰ'না মহামাৰীৰ অন্তৰ সময় দূৰৈত":বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান

Pic

ইউৰোপৰ কিছু দেশত 'লকডাউন' ৰেহাই দিয়াৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ট্ৰেডছ আধানম ঘেব্ৰেয়েছুছে মন্তব্য কৰিছে যে বিশ্বত ক'ৰ'না মহামাৰীৰ অন্ত হোৱাৰ সময় এতিয়া দূৰৈত।তেওঁ আফ্ৰিকা মহাদেশ,লেটিন আমেৰিকাত কৰনা সংক্ৰমণৰ ঘটনা বৃদ্ধিত উদ্বেগ প্ৰকাশ কৰে।

Your Comments