প্ৰধানমন্ত্ৰী মোডীৰ সপক্ষে-বিপক্ষে দুটা ভাগত বিভক্ত বলীউড

bolly

কাইলৈৰ পৰা লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমৰ্থনত আৰু বিৰোধিতাত বলীউড বিভক্ত হৈ পৰা দেখা গৈছে।অনুপম খেৰ,বিবেক অবেৰয়,বিবেক অগ্নিহোত্ৰী,সুৰেশ অবেৰয়,কংগনা ৰাণাৱত,  আদি শিল্পীসকলে প্ৰধানমন্ত্ৰী মোডীক সমৰ্থন কৰাৰ বিপৰীতে নাছিৰুদ্দিন শ্বাহ,আমোল পালেকাৰ,গিৰীশ কাৰ্নাড,অনুৰাগ কাশ্যপ,মকৰণ্ড দেশপাণ্ডে,কংকনা সেন শৰ্মা,ৰত্না পাঠক শ্বাহ আদি শিল্পীসকলে বিজেপি অথবা  মোডীক ক্ষমতাচ্যুত কৰিবলৈ মুকলি আহ্বান জনাইছে।

Your Comments