১৯৪৭ চনৰ পৰা অসমৰ জিলাসমূহ

১৯৪৭ চনৰপৰা অসমৰ জিলাসমূহ

স্বাধীনতাৰ সময়ত অসমৰ জিলাসমূহ আছিল:-


১) কাছাৰ

২) দৰং

৩) গোৱালপাৰা

৪) জয়ন্তীয়া

৫) কামৰূপ

৬) লখিমপুৰ

৭) লুচাই পাহাৰ

৮) নগা পাহাৰ

৯) নগাঁও

১০) শিৱসাগৰ

১১) গাৰো পাহাৰ

১২) খাচীয়া পাহাৰ

১৩) মণিপুৰ।

স্বাধীনতাৰ আগলৈ অসমৰ আৰু এখন জিলা আছিল। সেইখনৰ নাম আছিল চিলেট জিলা। স্বাধীনতাৰ সময়ত দেশ বিভাজন হৈছিল। চিলেটৰ ৫৩ শতাংশতকৈয়ো অধিক জনতাই পূব পাকিস্তানৰ লগত যাবলৈ ইচ্ছা কৰিছিল। সেয়ে চিলেটৰ কিছু ঠাই ৰাখি বাকীখিনি পূব পাকিস্তানক দিয়া হয়। 

ইয়াৰ পিছতো অসমৰ পৰা সময়ে সময়ে বিভিন্ন ৰাজ্যসমূহ পৃথক হৈ আহিছিল। যেনে: 

১) নাগালেণ্ড (১/১২/১৯৬৩)

২) মণিপুৰ (২১/১/১৯৭২)

৩) মেঘালয় (২১/১/১৯৭২)

৪) ত্ৰিপুৰা (২১/১/১৯৭২)

৫) অৰুণাচল (২০/২/১৯৮৭)

৬) মিজোৰাম (২০/২/১৯৮৭)


বৰ্তমান অসমৰ জিলাসমূহ :


১) ডিমা হাচাও (১৯৭০ চনত গঠিত)

২) ওদালগুৰি (২০০৩ চনত গঠিত)

৩) কৰিমগঞ্জ (১৯৮৩ চনত গঠিত)

৪) কাছাৰ

৫) কামৰূপ মহানগৰ (২০০৩ চনত গঠিত)

৬) কামৰূপ

৭) কাৰ্বিআংলং (১৯৫১ চনত গঠিত)

৮) কোকৰাঝাৰ (১৯৮৩ চনত গঠিত)

৯) গোলাঘাট (১৯৮৭ চনত গঠিত)

১০) গোৱালপাৰা

১১) চিৰাং (২০০৪ চনত গঠিত)

১২) ডিব্ৰুগড় (১৯৭১ চনত গঠিত)

১৩) তিনিচুকীয়া (১৯৮৯ চনত গঠিত)

১৪) দৰং

১৫) ধুবুৰী (১৯৮৩ চনত গঠিত)

১৬) ধেমাজি (১৯৮৯ চনত গঠিত)

১৭) নগাঁও

১৮) নলবাৰী (১৯৮৫ চনত গঠিত)

১৯) বঙাইগাঁও (১৯৮৯ চনত গঠিত)

২০) বৰপেটা (১৯৮৩ চনত গঠিত)

২১) বাক্সা (২০০৩ চনত গঠিত)

২২) মৰিগাঁও (১৯৮৯ চনত গঠিত)

২৩) যোৰহাট (১৯৮৩ চনত গঠিত)

২৪) লখিমপুৰ

২৫) শিৱসাগৰ

২৬) শোণিতপুৰ (১৯৮৩ চনত গঠিত)

২৭) হাইলাকান্দি (১৯৮৯ চনত গঠিত)

২৮) চৰাইদেউ (২০১৫ চনত গঠিত)

২৯) বিশ্বনাথ (২০১৫ চনত গঠিত)

৩০) হোজাই (২০১৫ চনত গঠিত)

৩১) পশ্চিম কাৰ্বিআংলং (২০১৬ চনত গঠিত)

৩২) মানকাচৰ (২০১৫ চনত গঠিত)

৩৩) মাজুলী (২০১৬ চনত গঠিত)

Your Comments