কোনে কি প্ৰতিষ্ঠা কৰিছিল ?

কোনে কি প্ৰতিষ্ঠা কৰিছিল ?

❍  Walmart ৰ প্ৰতিষ্ঠাপক কোন ?

➥ ছেম ৱাল্টন (Sam  walton), ১৯৬২ ৷

❍ Paytmৰ প্ৰতিষ্ঠাপক কোন ?

➥ বিজয় শ্বেখৰ শৰ্মা ।

❍  Amazonৰ প্ৰতিষ্ঠাপক কোন ?

➥ জেফ বেজুছ (jef bezos), ১৯৯৪ ৷
❍  Googleৰ প্ৰতিষ্ঠাপক কোন ?

➥ লেৰি পেজ, ছফে ব্ৰিন, ১৯৯৮
❍ Microsoftৰ প্ৰতিষ্ঠাপক কোন ?

➥ বিল গেটছ, পাঁল এলন, ১৯৭৫

❍ WhatsAppৰ প্ৰতিষ্ঠাপক কোন ?

➥  ব্ৰায়ন এক্টন আৰু জেন কোম, ২০০৯

❍  Flipkartৰ প্ৰতিষ্ঠাপক কোন ?

➥ শচীন বানছাল, বিন্নী বানছাল, ২০০৭

❍ Yahooৰ প্ৰতিষ্ঠাপক কোন ?

➥ ডেভিড ফেলো, জেৰি য়াং, ১৯৯৪

❍ Appleৰ প্ৰতিষ্ঠাপক কোন ?

➥ ষ্টিভ জবছ, ষ্টিভ ৱজনিয়াক, ১৯৭৬

❍ Wikipediaৰ প্ৰতিষ্ঠাপক কোন ?

➥ জিমি ৱেলছ

❍ Motorolaৰ প্ৰতিষ্ঠাপক কোন ?

➥ পাউল আৰু জোচেফ গেব্লিন, ১৯২৮

❍ Facebookৰ প্ৰতিষ্ঠাপক কোন ?

➥ মাৰ্ক জুকাৰবাৰ্গ, ২০০৪

❍ Alibabaৰ প্ৰতিষ্ঠাপক কোন ?

➥ জেক মা, পেং লি

❍ Nokiaৰ প্ৰতিষ্ঠাপক কোন ?

➥ ফ্ৰেডৰিক ইডেষ্টাম, লিঅ' মেকেলিন

❍ Relianceৰ প্ৰতিষ্ঠাপক কোন ?

➥ ধীৰুভাই আম্বানি
❍ Ebayৰ প্ৰতিষ্ঠাপক কোন ?

➥ পিয়েৰী অমিডায়াৰ, ১৯৯৫

❍ Twitterৰ প্ৰতিষ্ঠাপক কোন ?

➥ জেক ডেন্সি, ২০০৬

❍ Instagramৰ প্ৰতিষ্ঠাপক কোন ?

➥ কেলভিন ছিটন

❍ YouTubeৰ প্ৰতিষ্ঠাপক কোন ?

➥ জাৱেড কেৰিমষ্টী চেন, ২০০৫

❍ Skypeৰ প্ৰতিষ্ঠাপক কোন ?

➥ নিকলাছ জেনষ্টৰ্মছ, জেনাছ ফ্ৰিছ, ২০০৩

❍ Teslaৰ প্ৰতিষ্ঠাপক কোন ?

➥মাৰ্টিন এবাৰহাৰ্ড, মাৰ্ক টাৰ্পেনিং
❍ Intelৰ প্ৰতিষ্ঠাপক কোন ?

➥ গৰ্ডন ম'ৰে, ৰবাৰ্ট নভী

❍ Samsungৰ প্ৰতিষ্ঠাপক কোন ?

➥ লী বায়ংচুল, ১৯৩৮

❍ Xiaomiৰ প্ৰতিষ্ঠাপক কোন ?

➥ লী জুন, ২০১০
 

Your Comments