
নিউজ ডেস্ক:
কাজিৰঙাৰ ৰাজপথত তীব্ৰবেগী ট্ৰাকে প্ৰচণ্ড জােৰে খুন্দিয়ালে এটা গঁড়ক ৷ চিচিটিভি কেমেৰাত আবদ্ধ হ’ল সমগ্ৰ ঘটনাৰ দৃশ্য।উল্লেখ্য যে ,
ঘটনাটো সংঘটিত হয় কাজিৰঙাৰ হালধিবাৰী এনিমেল কৰিড’ৰৰ ঘাইপথৰ অংশত।
জানিব পৰা মতে,যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা WB 91 6749 নম্বৰৰ ট্ৰাকখনে ৰাজপথত ওলাই অহা প্ৰকাণ্ড গঁড়ক সন্মুখৰ পৰা খুন্দিয়াই পলায়ন কৰে। কিন্তু বাগৰি আৰক্ষীৰ সহযোগত জব্দ কৰিবলৈ সক্ষম হয় ট্ৰাকখন। ট্ৰাকখনৰ বিৰুদ্ধে গোলাঘাট জিলা পৰিবহণ বিভাগে চাৰি হাজাৰ আৰু বন বিভাগে ৫ হাজাৰ টকাৰ জৰিমনা বিহে।
- Log in to post comments
- 36 views