মাদ্ৰাছাই স্বাধীনতা যুঁজাৰুৰ জন্ম দিছে- ৰফিকুল ইছলাম

A

নিউজ ডেস্ক:

"দেশৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল মাদ্ৰাছাৰ গ্ৰেজুৱেটে।জয়ন্তমল্ল বৰুৱা হতে অনুসৰণ কৰা আৰএছএছে বৃটিছৰ পক্ষত অৱস্থান কৰিছিল"- এই মন্তব্য AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ।মাদ্ৰাছাই স্বাধীনতা যুঁজাৰুৰ জন্ম দিছে।যুগ-যুগৰ পৰাই মাদ্ৰাছা চলি আছে।মাদ্ৰাছাৰ ইতিহাস তেওঁলোকে নাজানে।মাদ্ৰাছা প্ৰতিষ্ঠা কৰা সংবিধানে অধিকাৰ দিছে।মুছলমান সমাজে নিজে দান কৰা পইছাৰে এই অনুষ্ঠানসমূহ পৰিচালনা কৰে।

মাদ্ৰাছাত নীতি শিক্ষা আৰু ধৰ্মীয় শিক্ষা দিয়া হয়।ধৰ্মই কোনো মানুহক অ-মানুহ হোৱা পথ নেদেখুৱায় ৷মাদ্ৰাছা আছে আৰু থাকিবই- ইছলামে কয়।

Your Comments