ঘগ্ৰাপাৰত আৰক্ষীৰ বিশেষ অভিযান,ভাংসহ জব্দ নগদ ধন

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৬ জুনঃ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীয়ে আজি নিশা ঘগ্ৰাপাৰ চ'কৰ এখন দোকানত অতৰ্কিতে অভিযান চলাই অজিত দাস নামৰ দোকানীজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ভাং আৰু নগদ ধন।

Pic

আৰক্ষীয়ে এই অভিযান চলাই ঘগ্ৰাপাৰ চ'কৰ উক্ত দোকানীজনৰ ঘৰৰপৰা ৭,৩২ গ্ৰাম ভাংসহ নগদ ধন ১২,৬২০টকা জব্দ কৰে।লগতে আৰক্ষীয়ে অজিত দাসক আটক কৰে।

Your Comments