পুষ্পসজ্জিত বাহনত কফিনৰ ভিতৰত নিথৰ দেহ হৈ ঘৰলৈ উভতিল তৰুণ গগৈ

Tarun Gogoi

গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা পুষ্পসজ্জিত বাহনত নিথৰ দেহ হৈ উভতিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।পুৱা ৯.৪৫বজাত পুষ্পসজ্জিত কফিনৰ ভিতৰত ঘৰলৈ নিয়া হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পুত্ৰ গৌৰৱ গগৈৰ উপৰিও অসংখ্য গুণমুগ্ধই গগৈৰ নশ্বৰদেহ প্ৰত্যক্ষ কৰাৰ পিছত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

ৰাজ্যৰ ৰাজনীতিৰ এগৰাকী মহান মহীৰূহৰ বিয়োগত ম্ৰিয়মান ৰাজ্যবাসী।

Your Comments