মণিপুৰত পুনৰ ১৪ দিনৰ বাবে 'লকডাউন'

Manipur

মণিপুৰত পুনৰ ঘোষণা কৰা হৈছে 'লকডাউন'।ক'ৰ'না ভাইৰাছৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে ৰাজ্যখনত ঘোষণা কৰা হৈছে লকডাউন।বৃহস্পতিবাৰৰ দুপৰীয়া ২ বজাৰ পৰা কাৰ্যকৰী হ'ব বন্ধ।

বন্ধৰ সময়ছোৱাত ৰাজ্যখনত দোকান,বজাৰ, চৰকাৰী-বেচৰকাৰী সকলো প্ৰতিষ্ঠান বন্ধ থাকিব।অৱশ্যে জৰুৰীকালীন সেৱা, চিকিৎসালয়,অত্যাৱশ্যকীয় সেৱাসমূহ খোলা থাকিব।

গুৰুত্বপূৰ্ণ যে ৰাজ্যখনত শেহতীয়াকৈ ক'ৰ'না আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে।

Your Comments