উচ্চতম ন্যায়ালয়ৰ ৰায়দান:স্বামীৰ পিতৃ-মাতৃৰ সম্পত্তিৰ ওপৰত থাকিব বোৱাৰীৰ অধিকাৰ

Supreme Court

বৃহস্পতিবাৰে এটা ঐতিহাসিক ৰায়দান কৰে উচ্চতম ন্যায়ালয়ে।এই ৰায় অনুসৰি এগৰাকী বোৱাৰীৰ স্বামীৰ পিতৃ-মাতৃৰ সম্পত্তিৰ ওপৰতো থাকিব অধিকাৰ।

Domestic Violence

প্ৰটেকচন অব্ ৱুুমেন ফ্ৰম ডমেষ্টিক ভায়’লেন্স এক্টৰ অনুচ্ছেদ 2(s)ৰ  উদ্ধৃতি দি অশোক ভূষণ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে তৰুণ বাত্ৰা গোচৰৰ এই ৰায়দান দিয়ে৷

Your Comments