ক'ভিড-১৯ত আক্রান্ত গৃহমন্ত্ৰী অমিত শ্বাহ

Amit

নিউজ ডেস্ক :
ক'ৰনা ভাইৰাছত আক্রান্ত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ।টুইটযোগে কিছুসময় পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজেই সদৰি কৰিলে এই কথা।ক'ভিড টেষ্টৰ ফলাফল পজিটিভ অহাৰ পিছতেই এই বুলি সদৰি কৰিলে গৃহমন্ত্ৰীগৰাকীয়ে

Amit2
উল্লেখ্য যে গৃহমন্ত্ৰীগৰাকী বৰ্তমান সুস্থ হৈ আছে যদিও চিকিৎসকসকলে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰামৰ্শ দিছে।জানিব পৰা মতে প্ৰাথমিক লক্ষণ দেখা পোৱাৰ পিছতেই ক'ৰনা পৰীক্ষা কৰিছিল গৃহমন্ত্ৰীগৰাকীয়ে।
গৃহমন্ত্ৰীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক অকলশৰীয়াকৈ থাকিবলৈ  আৰু পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে।

Your Comments