'ৱাইড ডিজিয়ন' আৰু 'আখৰী'ৰ উদ্যোগত বান সাহায্য বিতৰণ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম বড়িগোগ মৌজাৰ বানাক্ৰান্ত অঞ্চলত যোৱা ৩১ জুলাইত 'ৱাইড ভিজিয়ন' নামৰ  বেচৰকাৰী সংস্থাটোৱে 'আখৰী' নামৰ ফেচবুক পেজটোৰ সহযোগত বান সাহায্য বিতৰণ কৰে।বান সাহায্য বিতৰণ কৰি দুয়োটা সংস্থাৰ কৰ্মীসকলে বানত অতিকৈ                      ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সাধ্য অনুযায়ী  সাহায্য বিতৰণ কৰিবলৈ অসমবাসীক আহ্বান জনায়।

 

Your Comments