ক'ৰ'নাৰ পৰা আৰোগ্য হ'ল ঐশ্বৰ্য ৰায়-আৰাধ্যা

Aish

ক'ৰ'নামুক্ত হ'ল ঐশ্বৰ্য ৰায় আৰু জীয়াৰী আৰাধ্যা।ক'ৰ'না নিগেটিভ হোৱাৰ পিছত সোমবাৰে নানাৱতী হাস্পতালৰ পৰা  তেওঁলোকক যাবলৈ দিয়া হয়।হাস্পতালত ১০ দিন চিকিৎসাধীন হৈ থকাৰ পিছত ঐশ্বৰ্য-আৰাধ্যক ঘৰলৈ যাবলৈ দিয়া হয়।অভিষেক বচ্চনে টুইটাৰত এই বিষয়ে জনায়।উল্লেখ্য যে ক'ৰ'নাৰ পৰা সম্পূৰ্ণ আৰোগ্য নোহোৱাৰ বাবে নানাৱতী হাস্পতালত এতিয়াও চিকিৎসাধীন হৈ আছে অমিতাভ আৰু অভিষেক বচ্চন।

Your Comments