সৰুসজাই কোৱাৰেণ্টাইনত পুনৰ ২৬জন আক্রান্ত:২৫৬জনলৈ বৃদ্ধি আক্রান্তৰ সংখ্যা

Pic

ৰাজ্যত পুনৰ ২৬জন কোভিড-১৯ আক্রান্ত।গুৱাহাটীৰ সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত আক্রান্ত হৈছে নতুন আক্রান্তকেইজন।সদৰি কৰিলে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।উল্লেখ যে ৰাজ্যত আক্রান্তৰ সংখ্যা ২৫৬ জনলৈ বৃদ্ধি।

Your Comments