সাংস্কৃতিক নগৰী তেজপুৰত জাতীয় নাট্যমঞ্চ গঠন

সাংস্কৃতিক নগৰী তেজপুৰত জাতীয় নাট্যমঞ্চ গঠন

অসমৰ ঐতিস্যমণ্ডিত সাংস্কৃতিক ক্ষেত্ৰ তেজপুৰ নগৰত জন্ম হ'ল সৃষ্টিশীল নাট্যচৰ্চাৰ অন্যতম মঞ্চ "জাতীয় নাট্যমঞ্চ, অসম" । য'ত অন্তৰ্ভুক্ত হ'ল অসমৰ সকলো অপেচাদাৰী নাট্যকৰ্মী ৷

সাংস্কৃতিক নগৰী তেজপুৰত জাতীয় নাট্যমঞ্চ গঠন

অপেচাদাৰী নাট্যকৰ্মীসকলক একত্ৰিত কৰাৰ এক সুকীয়া চিন্তাৰ ভেটি হ'ল জাতীয় নাট্য মঞ্চ ৷ এই মঞ্চৰ যোগেদি অসমৰ বিভিন্ন নাট্যানুষ্ঠানৰ প্ৰতিনিধি মিলিত হৈ আগন্তুক দিনত এই কলাসন্মত নাট্যশিল্প চৰ্চাক সুস্থ ৰূপত তথা সময় উপযোগী ৰূপত আগবঢ়াই নিয়াৰ লগতে প্ৰতিজন নাট্যকৰ্মী শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ আৰু অৰ্থনৈতিক নিৰাপত্তা সন্দৰ্ভতো প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

সাংস্কৃতিক নগৰী তেজপুৰত জাতীয় নাট্যমঞ্চ গঠন

প্ৰতিখন জিলাৰ পৰা প্ৰায় ২০০জন নাট্যকৰ্মীয়ে অংশগ্ৰহণ কৰা সভাখনত অসমৰ বিশিষ্ট নাট্যকৰ্মী ঐশ্চৰ্য কাকতি, প্ৰাঞ্জল শইকীয়া, নৰেন পাটগিৰি, অৰুণ শৰ্মা, অজিত বৰঠাকুৰ, সীমান্ত ফুকন, পংকজজ্যোতি ভূঞা, অবিনাশ শৰ্মা, নিৰঞ্জন ভূঞা আদি বিশিষ্ট নাট্যকৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ 

Your Comments