কমলপুৰত বাজপেয়ীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

কমলপুৰত বাজপেয়ীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

প্ৰাক্তন প্ৰধান মন্ত্ৰী, ভাৰত ৰত্ন, অটল বিহাৰী বাজপেয়ীৰ ৰাজহুৱা 'শ্ৰদ্ধাঞ্জলি' কমলপুৰ আৱৰ্ত ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ।

কমলপুৰত বাজপেয়ীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

পুৱা অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে অটল বিহাৰী বাজপেয়ীৰ আত্মাৰ সদ্‌গতি কামনা কৰি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয় । 
বিয়লি ৩ বজাত স্মৃতিচাৰণ সভা অনুষ্ঠিত হোৱাৰ পিছতে সন্ধিয়া নাগাৰা নাম পৰিৱেশন কৰা হ'ব ।
 

Your Comments