আগন্তুক বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষা

Pic

ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন।অসম মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিলে ২০১৯-২০ বর্ষৰ মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ সময়সূচী।সেই অনুসৰি ২০২০ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব পৰীক্ষা।একেদৰে অন্ত পৰিব ২৯ ফেব্ৰুৱাৰীত।প্ৰথম দিনা ইংৰাজী পৰীক্ষাৰে আৰম্ভ হ'ব এইবাৰৰ মেট্ৰিক।

Your Comments