আন্তঃৰাষ্ট্ৰীয়

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংঘাটিত সকলোবোৰ ঘটনাপ্ৰবাহ এতিয়া আপোনাৰ কাষত...

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংঘাটিত সকলোবোৰ ঘটনাপ্ৰবাহ এতিয়া আপোনাৰ কাষত...

ক্ৰমান্বয়ে বৃদ্ধি পাইছে চীন-আমেৰিকাৰ মাজত সংঘাত।শেহতীয়াকৈ মহামাৰী ক'ৰ'নায়ো এই সংঘাত বৃদ্ধিৰ ক্ষেত্ৰত সাৰ-পানীৰ যোগান ধৰিছে।তাৰ মাজতে ৰিপাব্লিক পাৰ্টীৰ এগৰাকী সাংসদে কংগ্ৰেছত এটা নতুন প্ৰস্তাৱ উত্থাপন কৰে।বুধবাৰে ৰিপাব্লিক দলৰ এগৰাকী সাংসদে কংগ্ৰেছত এটা প্ৰস্তাৱ উত্থাপন কৰি কয় যে 'এমাজন'কে ধৰি সকলো আন্ত:ৰাষ্ট্ৰীয় অনলাইন ছেলিং এপবোৰে বিক্ৰি কৰা প্ৰতিটো বস্তুৰে সবিশেষ তথ্য দিয়াতো বাধ্যতামূলক হ'ব লাগে যাতে গ্ৰাহকে কোনবোৰ সামগ্ৰী চীনৰ সেয়া বিচাৰ কৰিব পাৰে।এই প্ৰস্তাৱ উত্থাপন কৰি সাংসদগৰাকীয়ে কয়-"এয়া প্ৰতিজন গ্ৰাহকৰে অধিকাৰ।গ্ৰাহকসকলে ভুলবশত: সেইবোৰ দেশৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে।যাৰ বাবে তেওঁলোকে জ