কাশ্মীৰ প্ৰসংগত ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত পাকিস্তানৰ চৰম ব্যৰ্থতা  

news

ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত পাকিস্তানৰ ওপৰত প্ৰচণ্ড আঘাত লাগিছে।কাশ্মীৰ প্ৰসংগত পাকিস্তানে ৯ টা ভোটো গোটাব নোৱাৰিলে সুৰক্ষা পৰিষদত।উল্লেখ্য যে সুৰক্ষা  পৰিষদত কোনো প্ৰসংগত সিদ্ধান্ত গ্রহণ কৰিবলৈ স্থায়ী-অস্থায়ী ৯ খন দেশৰ সমৰ্থনৰ প্ৰয়োজন।

 

এতিয়া পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে দুখ প্ৰকাশ কৰিছে সকলো দেশৰ ওচৰলৈ যোৱা হ'ল যদিও কোনেও গুৰুত্ব প্ৰদান নকৰিলে।উল্লেখ্য যে একমাত্ৰ চীনে কাশ্মীৰ প্ৰসংগত ৰাষ্ট্ৰসংঘত পাকিস্তানক সমৰ্থন কৰি আছে।

Your Comments