এনআৰচিৰ পুনৰ বিচাৰ আৰু নিৰীক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰে জনোৱা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

sc

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰা হয়।মঙলবাৰে ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰে এনআৰচি পুনৰ বিচাৰ আৰু নিৰীক্ষণৰ বাবে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি  খাৰিজ কৰে সমগ্ৰ বিষয়টো।মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাৰ বিচাৰপীঠে খাৰিজ কৰে এই  আবেদন।


আবেদন খাৰিজ কৰি ন্যায়ালয়ে কয়-৩১আগষ্টতে প্ৰকাশ পাব এনআৰচিৰ সম্পূৰ্ণ খচৰা।এনআৰচিৰ তথ্য আধাৰ কাৰ্ডৰ দৰে গোপন কৰি ৰখা হ'ব।

Your Comments