কেৰালাৰ বানাক্ৰান্তসকলৰ বাবে সহায় বিচাৰি প্ৰধানমন্ত্ৰী মোডীৰে কথা পাতিলে ৰাহুল গান্ধীয়ে

kerela

নিউজ ডেস্ক:

কেৰালাৰ নিজৰ লোকসভা সমষ্টি ৱাইনাডৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে শুকুৰবাৰে বাৰ্তালাপ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰু বানত আক্রান্ত লোকসকলৰ বাবে সহায় বিচাৰে।

ৰাহুল গান্ধীৰ টুইটাৰ যোগে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী মোডীয়ে গান্ধীক কেৰালাৰ বানাক্ৰান্তসকলক সৰ্বতোপ্ৰকাৰৰ সহায় কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়ে।

Your Comments