ডঃ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে প্ৰদান কৰা হ'ল 'ভাৰত ৰত্ন'

varat ratna

নিউজ ডেস্ক:
অৱশেষত অসমবাসীৰ আশা পূৰ্ণ হ'ল।সুধাকণ্ঠ ডঃভূপেন হাজৰিকাক 'ভাৰত ৰত্ন' সন্মান প্ৰদানৰ ক্ষণটোৰ সাক্ষী হৈ ৰ'ল অনেক অসমবাসী। ৰাষ্ট্ৰপতিৰ ভৱনত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মৰণোত্তৰভাৱে ডঃ ভূপেন হাজৰিকাক প্ৰদান কৰা হ'ল 'ভাৰত ৰত্ন'সন্মান।পুত্ৰ তেজ হাজৰিকাই ৰাষ্ট্ৰপতিৰ পৰা পিতৃৰ হৈ দেশৰ সৰ্বোচ্চ  সন্মানতো গ্ৰহণ কৰে।অনুষ্ঠানত  উপস্থিত থাকে ডঃভূপেন হাজৰিকাৰ বোৱাৰী আৰু নাতিও।

Your Comments