মেলব'ৰ্ণত 'বেষ্ট ইণ্ডি ফিল্ম'ৰ সন্মান লাভ ৰীমা দাসৰ 'বুলবুল কেন ছিং'-ৰ

rima das

নিউজ ডেস্ক:
মেলব'ৰ্ণত উজলিল ৰীমা দাসৰ ছবি।মেলব'ৰ্ণত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত অসম কন্যা ৰীমা দাসৰ ছবি 'বুলবুল কেন ছিং'লৈ বঁটা প্ৰদান।'বেষ্ট ইণ্ডি ফিল্ম'ৰ সন্মান লাভ কৰিছে ৰীমা দাসৰ 'বুলবুল কেন ছিং'-এ।rima
 
উল্লেখ্য যে মেলব'ৰ্ণত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেলত অসম কন্যাগৰাকীৰ ছবিখন প্রদর্শন কৰা হৈছিল।উক্ত ছবিখনৰ প্রদর্শনৰ সময়ত উপস্থিত আছিল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান।

'ভিলেজ ৰকষ্টাৰ'ৰ পিছত 'বুলবুল কেন ছিং' ৰীমা দাসৰ দ্বিতীয়খন ছবি।

Your Comments