আজি নিশা ৮ বজাত ৰাষ্ট্ৰক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

pm

আজি নিশা ৮ বজাত ৰাষ্ট্ৰক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱা আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে গঠন কৰাৰ পিছত এয়া হ'ব প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰক প্ৰথমবাৰৰ বাবে সম্বোধন।


উল্লেখ্য যে এই সম্বোধন হ'ব বছৰটোৰ অষ্টম মাহত,৮ তাৰিখে আৰু ৮ বজাত ৰাষ্ট্ৰবাসীক সম্বোধন।

Your Comments