"ভাৰতৰত্ন" সন্মানেৰে আজি আনুষ্ঠানিকভাৱে বিভূষিত হ'ব সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা

bhupen

নিউজ ডেস্ক :
 আজি সুধাকন্ঠ ডক্টৰ ভূপেন হাজৰিকাক মৰণোত্তৰভাবে প্ৰদান কৰা হ'ব দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন।ৰাষ্ট্ৰপ্ৰতি ভৱনত সুধাকন্ঠৰ হৈ পুত্ৰ তেজ হাজৰিকাই ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিব এই সন্মান।

ইফালে আজিৰ দিনটোতে অন্য দুগৰাকী বৰেণ্য ব্যক্তিকো ৰাষ্ট্ৰপ্ৰতিয়ে প্ৰদান কৰিব ভাৰতৰত্ন সন্মান।সেই অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখকো প্ৰদান কৰা হ'ব দেশৰ সৰ্বোচ্চ সন্মান "ভাৰতৰত্ন" ।

Your Comments