কৃষি আইনৰ বিৰোধিতা কৰি সমদল কৰি অহা কৃষকসকলক দিল্লীত প্ৰতিবাদৰ অনুমতি

Farmer Protest

কৃষি আইনৰ বিৰোধিতা কৰি পঞ্জাবৰ পৰা সমদল কৰি অহা কৃষকসকলক ৰাজধানী দিল্লীত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে।কৃষকসকলক বুৰাৰীৰ নিৰংকাৰী সমাগম ময়দানত প্ৰতিবাদৰ অনুমতি দিছে দিল্লী  আৰক্ষীয়ে।ইফালে,নিশা প্ৰতিবাদী কৃষকসকলে সিন্ধু সীমান্তত অৱস্থান লৈছে।

Your Comments