ৰাষ্ট্ৰীয় মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য অনুষ্ঠান

Tarun Gogoi

নৱগ্ৰহ শ্মশানত ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য অনুষ্ঠান।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী,সাধাৰণ নাগৰিকসকলে শ্ৰদ্ধাঞ্জলি জনাইছে গগৈক।২১ টা টোপধ্বনিৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি।

Your Comments