চৰকাৰী শিক্ষাখণ্ডৰ শিক্ষাৰ্থীসকলে বেংকৰ একাউণ্ট খোলাটো বাধ্যতামূলক 

Pic

শিক্ষা বিভাগে অলপতে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি সকলো চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে বেংকত একাউণ্ট খোলাটো বাধ্যতামূলক ৷

এই বেংক একাউণ্টসমূহৰ যোগেদি চৰকাৰীখণ্ডৰ শিক্ষাৰ্থীয়ে লাভ কৰিব চৰকাৰী অৰ্থ সাহায্য।এই চৰকাৰী লাভ কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকল বৰ্তমান ব্যস্ত হৈ পৰিছে বেংকত একাউণ্ট খুলিবলৈ ।

Your Comments