১৫ অক্টোবৰৰ দিনটোৰ বিশেষত্ব...

Dr.Kalam

১৫ অক্টোবৰ দিনটো এজন মহান ব্যক্তিৰ ওপজা দিন ৷ তেখেত হ’ল সমগ্ৰ বিশ্বৰ বাবে চিৰনমস্য ড° এ.পি.জে. আব্দুল কালাম ৷ ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান 'ভাৰত ৰত্ন' প্ৰাপক এইজন বিজ্ঞানীৰ জন্ম হৈছিল ১৯৩১চনৰ ১৫ অক্টোবৰত ৰামেশ্বৰমত ৷ 

Dr.Kalam

'মিছাইল মেন' ৰাষ্ট্ৰপতি ড° কাালামে সমগ্ৰ বিশ্বৰ বাবে আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই ২০১০ চনৰ তেখেতৰ ৭৯ সংখ্যক ওপজা দিনত ৰাষ্ট্ৰসংঘই আজিৰ এই বিশেষ দিনটোক প্ৰথমবাৰৰ বাবে 'বিশ্ব শিক্ষাৰ্থী দিৱস' হিচাপে পালন কৰিছিল ৷ ৰাষ্ট্ৰসংঘৰ এই সিদ্ধান্ত গ্ৰহণ কৰি সমগ্ৰ বিশ্বত ১৫ অক্টোবৰৰ দিনটো ড° এপিজে আব্দুল কালামৰ সোঁৱৰণত বিশ্ব শিক্ষাৰ্থী দিৱস হিচাপে পালন কৰা হৈ আহিছে ৷

Your Comments