ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰকাণ্ড অজগৰ উদ্ধাৰ 

sank_dibrugharh

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌদত পুৱাই অজগৰ প্ৰত্যক্ষ কৰে বিশ্ববিদ্যালয়খনত কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে । দেওবাৰ হোৱাৰ বাবে বিশ্ববিদ্যালয় বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগে আহি পোৱাই উদ্ধাৰ কৰি ধৰি নিয়ে অজগৰতো ।

Your Comments