লকডাউন বৃদ্ধিৰ বাবে কেন্দ্ৰৰ কোনো পৰিকল্পনা নাই

Pic

বিশ্বত্ৰাস ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যোৱা ২৪ মার্চৰ পৰা ১৪ এপ্ৰিললৈ মুঠ ২১দিনৰ বাবে দেশত কাৰ্যকৰী হৈছে লকডাউন।লকডাউন চলি থকাৰ সময়তে পুনৰ ইয়াৰ ম্যাদ বৃদ্ধি হোৱাৰ সন্দৰ্ভত কোনো কোনো মহলত চৰ্চা চলিছিল।সেই সন্দৰ্ভত সোমবাৰে কেন্দ্ৰীয় কেবিনেট সচিব ৰাজীৱ গৌবাই কয়-'ৰাষ্ট্ৰজোৰা লকডাউন বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰৰ কোনো পৰিকল্পনা নাই।' ২১ দিনৰ পিছত লকডাউন পুনৰ বৃদ্ধি কৰা হ’ব বুলি একাংশ সংবাদ মাধ্যমত যি প্ৰচাৰ চলিছিল তাত তেওঁ আশ্চৰ্য প্ৰকাশ কৰে।

Your Comments