যোগান বিভাগৰ উদ্যোগত গণেশগুৰিত পাচলি যোগান আৰম্ভ

Sabji

নিউজ ডেস্ক :
লক ডাউন সময়ছোৱাত জনতাৰ সুবিধা হোৱাকৈ গণেশগুৰিত আৰম্ভ হৈছে পাচলি বজাৰ।মহানগৰীত যোগান বিভাগৰ তৎপৰতাত বহুৱা হৈছে এই বজাৰ।জনতাৰ দীঘলীয়া শাৰী পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে।সকলোকে এক নিদিষ্ট ব্যৱধানত থিয় হবলৈ নিয়ম বান্ধি দিছে প্ৰশাসনে।Bajar

মহানগৰীৰ দিছপুৰ কলেজ ফিল্ডত আৰম্ভ হৈছে এই বজাৰ।উল্লেখ যে ক'ৰোনা ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে ইতিমধ্যে ২১দিন লক ডাউন ঘোষণা কৰা হৈছে।Ganesh

এই সময়ছোৱাত বন্ধ কৰি দিয়া হৈছে ৰাজ্যৰ সকলো বজাৰ।তাৰ পৰিপ্ৰেক্ষিতত যোগান বিভাগে নিজৰ তৎপৰতাৰে ৰাইজক এনেদৰে শাক-পাচলি যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।

Your Comments