ডিফু মেডিকেল কলেজলৈ মেডিকেল কাউন্সিল অব ইণ্ডিয়াৰ স্বীকৃতি প্ৰদান

Pic

ক'ৰ'না ভাইৰাছৰ আতংকৰ মাজতে ৰাজ্যবাসীলৈ এটা ভাল খবৰ।ডিফু মেডিকেল কলেজলৈ মেডিকেল কাউন্সিল অব ইণ্ডিয়া চমুকৈ এমচিআইৰ স্বীকৃত প্ৰদান।এই স্বীকৃতিৰ পিছতে ৰাজ্যৰ সপ্তমখন চিকিৎসা মহাবিদ্যালয় হ'ব ডিফু মেডিকেল কলেজ। উল্লেখ যে চিকিৎসা মহাবিদ্যালয়খনত ১০০গৰাকী শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিব পাৰিব শিক্ষা।

Your Comments