নাগৰিকৰ ধৰ্মীয় স্বাধীনতা খৰ্ব কৰা ৰাষ্ট্ৰ হিচাপে পাকিস্তানক 'ব্লেক লিষ্ট' কৰিলে আমেৰিকাই

Pic

নাগৰিকৰ ধৰ্মীয় স্বাধীনতা খৰ্ব কৰা দেশসমূহক মাৰ্কিন যুক্তৰাষ্ট্ৰই প্রতিটো বছৰতে 'ব্লেক লিষ্ট' কৰি আহছে।দেশৰ জনসাধাৰণৰ ধর্মীয় স্বাধীনতা খৰ্ব কৰা ৰাষ্ট্ৰ হিচাপে ২০১৯ বৰ্ষত আমেৰিকাই ব্লেক লিষ্ট কৰিলে পাকিস্তানক।উল্লেখযোগ্য যে চলিত বৰ্ষত এই ক্ষেত্ৰত বিশ্বৰ ৯ খন ৰাষ্ট্ৰক ব্লেক লিষ্ট কৰিছে আমেৰিকাই।বিগত বৰ্ষতো আমেৰিকাই এই ক্ষেত্ৰত ব্লেক লিষ্ট কৰিছিল পাকিস্তানক।

Your Comments