ইৰানৰ ভূমিকম্পত ৭০০ৰো অধিক লোক আহত

ইৰানৰ ভূমিকম্পত ৭০০ৰো অধিক লোক আহত

ইৰানৰ কেমৰানশ্বাহ প্ৰদেশত সোমবাৰে সংঘটিত হোৱা ৬.৩ প্ৰাৱল্যৰ ভূমিকম্পত অতিকমেও ৭০০ লোক আহত হোৱাৰ উপৰি বহু লোক গৃহগহাৰা হয় ৷

আহত লোকসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

আহত আৰু ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ তথা সাহায্যৰ বাবে ইৰান চৰাকৰে সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ লোকক ভূমিকম্প পীড়িত অঞ্চলটোলৈ প্ৰেৰণ কৰিছে ৷

Your Comments