ৰাষ্ট্ৰীয় ঘাইপথৰপৰা টোলগেট আঁতৰাই টকা সংগ্ৰহ কৰা হ’ব অনলাইন যোগে

Nitin Gadkari

বৃহস্পতিবাৰে সদনত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰে যে, এবছৰৰ ভিতৰত সকলো টোল গেট আতৰোৱা হ’ব আৰু টোলৰ পৰিমাণ জিপিএছ ইমেজিঙৰ জৰিয়তে সংগ্ৰহ কৰা হ’ব । 

Tollgate

তদুপৰি তেওঁ কয়, টোলগেট সমূহ আতৰোৱাৰ অৰ্থ হৈছে যে টোলবোৰ নাথাকিব কিন্তু প্ৰত্যেক ব্যক্তিকে অহা যোৱা কৰোতে কেমেৰাৰে নিৰিক্ষন কৰি অনলাইন যোগে টকা সংগ্ৰহ কৰা হ’ব । লগতে গাডকাৰীয়ে জনাই যে, আগৰ চৰকাৰৰ সময়ত চহৰাঞ্চলৰ ভিতৰৰ বহুতো স্থানত নিৰ্মাণ কৰা টোলগেট সমূহ আঁতৰোৱাৰ কাম এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব ।

Your Comments