প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাত অসমৰ পৰা স্থান লাভ কৰিব ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ে।ইতিমধ্যে সাংসদগৰাকীলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই সন্দৰ্ভত ফোনৰ জৰিয়তে যোগাযোগ কৰা হৈছে।
ডিব্ৰুগড়ৰ বিজেপি সাংসদগৰাকীক কোৱা হৈছে বিয়লি ৪.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিবলৈ।লগতে কোৱা হৈছে মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ।
- Log in to post comments
- 134 views
