মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ লোক সভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।বিজেপিৰ এটা সূত্ৰই নিশ্চিত কৰিছে এই কথা।ডঃ শৰ্মাই তেজপুৰৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ অৰ্থ হৈছে বহুবল্কী বিজেপি সাংসদ আৰপি শৰ্মাৰ পুনৰ তেজপুৰৰ পৰা নিৰ্বাচন খেলাৰ আশা বিধ্বস্ত হোৱাটো।
- Log in to post comments
- 201 views
