কংগ্ৰেছ বিধায়িনী দলৰ দলপতি, উপ-দলপতিৰ নাম ঘোষণা, পঢ়ি জানি লওক

Congress

অসম বিধানসভা অধিৱেশনৰ প্ৰাক্‌ মুহূৰ্তত কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতিৰ নাম ঘোষণা। দেৱব্ৰত শইকীয়া হ’ব দলটোৰ বিধায়িনী দলৰ নেতা।দিল্লীৰপৰা প্ৰকাশ পালে তালিকা।

List

  • উপ-সভাপতি হিচাপে ৰকিবুল হুছেইনক পুনৰ দায়িত্বভাৰ প্ৰদান কৰা হ’ল।
  • কংগ্ৰেছ বিধায়নী দলৰ মুখ্য হুইপ ৱাজেদ আলি চৌধুৰী
  • সম্পাদক হিচাপে ৰূপজ্যোতি কুর্মীক দায়িত্ব ৷
  • বিধায়িনী দলৰ মুখপাত্ৰ সুশান্ত বৰগোঁহাইক দায়িত্ব।
  • ৰেকিবুদ্দিন আহমেদক কোষাধক্ষ্যৰ  দায়িত্ব প্ৰদান।

Your Comments