
দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিৰল প্ৰজাতিৰ নিষিদ্ধ মাছ মাৰিবলৈ যোৱা মাছমৰীয়া জিয়াবুৰ ৰহমানক আজি মাছসহ আটক কৰে। জিয়াবুৰ পৰা উদ্ধাৰ কৰা ছানাবুৰকা মাছটোৰ ওজন প্ৰায় এক কিলো জিয়াবুৰৰ ঘৰ বগৰীবাৰী গাঁৱত ।
চোৰংকৈ ওৰাংৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰবেশ কৰিছিল জিয়াবুৰ ৰহমান । মাছটোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য ১৫/২০ হাজাৰ টকা প্ৰতি কিলোত হ'ব বুলি জানিব পৰা গৈছ ৷
- Log in to post comments
- 30 views