তাজমিনাৰ হত্যাকাৰী মাতৃ-ভাতৃক গ্ৰেপ্তাৰ

nagaon_assam

নিশা কঠিয়াতলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাতৃ আৰু ভাতৃক ৷ ভাতৃ আৰু মাতৃৰ আক্ৰমনত নিহত হৈছিল তাজমিনা বেগম নামৰ যুৱতী গৰাকী ৷ ঘৰৰ অনুমতি অবিহনে বিয়াত বহাৰ বাবে এই ঘটনা৷ ভাতৃ আৰু মাতৃৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলিছিল পিতৃয়ে ৷ অভিযুক্ত ভাতৃ চৰফৎ আলী আৰু মাতৃ চাহাৰা খাতুন পলাই আছিল যদিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ৰাখীবন্ধনৰ পিছৰ দিনাই সংঘটিত হৈছে এই অমানবীয় ঘটনা ।
 

Your Comments